ৱিকিপিডিয়া: মুক্ত বিশ্বকোষ
মুক্ত বিশ্বকোষ

সকলোৱে সম্পাদনা কৰিব পৰা ৱিকিপিডিয়াঅসমীয়া সংস্কৰণলৈ আদৰিছোঁ। ইয়াত বৰ্তমান ১৩,০৬৫ টা প্ৰবন্ধ আছে।

সহায়িকা - প্ৰধান শ্ৰেণীসমূহ - অৰ্থকোষ - দায়লুপ্তি

ক্ষ ড় ঢ় য়
০-৯ সম্পূৰ্ণ তালিকা অনিৰ্দিষ্ট
নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ
নোবেল বঁটা বিজয়ী নিকোলাছ টিনবাৰ্গেন (বাওঁফালে) আৰু কনৰাড লৰেঞ্জ (সোঁফালে)৷ তেওঁলোকে দুয়োগৰাকীৰ লগতে কাৰ্ল ভন ফ্ৰিচক প্ৰাণীৰ আচৰণ সন্দৰ্ভত কৰা কামৰ বাবে স্বীকৃতি দিয়া হৈছিল।

বিবৰ্তনমূলক মনোবিজ্ঞান বা ক্ৰমবিকাশশীল মনোবিজ্ঞান (ইংৰাজী: Evolutionary Psychology) হৈছে সামাজিক আৰু প্ৰাকৃতিক বিজ্ঞানৰ এক তাত্ত্বিক দৃষ্টিভঙ্গী যি আধুনিক বিকাশৰ দৃষ্টিকোণৰ পৰা মনস্তাত্বিক গঠন পৰীক্ষা কৰে। প্ৰকৃতিৰ মাজত অহৰহ এটা বাছনি প্ৰক্ৰিয়া চলি থাকে য’ত কেৱল যোগ্যজনহে বাচি থাকিব পাৰে। এয়াই হ’ল প্ৰাকৃতিক নিৰ্বাচন (Natural Selection)। প্ৰাকৃতিক নিৰ্বাচনৰ ধাৰণাটোক যোগ্য ভোগ্য বসুন্ধৰা (Survival of The Fittest) বুলিও কোৱা হয়। বৰ্তমান সময়ত জীয়াই থকা প্ৰাণীসমূহ একেদিনাই সৃষ্টি হোৱা নাই। নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লবলৈ প্ৰাণীসমূহে নতুন নতুন গুণ আৰু আচৰণ বিকশিত কৰে। বিবৰ্তনমূলক মনোবিজ্ঞানীসকলে যুক্তি দিয়ে যে মানুহৰ বেছিভাগ আচৰণ হৈছে মনস্তাত্বিক পৰিৱৰ্তনৰ ফলাফল যি মানৱ বংশানুক্ৰমিক পৰিৱেশত (ancestral environments) বাৰে বাৰে হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে বিকশিত হৈছিল।

(ইয়াত বিতংকৈ পঢ়ক)
আপুনি জানেনে?
আপুনি জানেনে...
যুঁজাৰু বিমান ছুখয় চি-৩০
  • ...যে তেজপুৰ বিমানবন্দৰৰ অৱস্থান কূটনৈতিক কৌশলৰ ফালৰ পৰা ভূটান, তিব্বত, চীন, ম্যানমাৰ আৰু বাংলাদেশৰ মাজত হোৱা বাবে বহুতো যুঁজাৰু বিমান ছুখয় চি-৩০ (ইংৰাজী: Sukhoi Su-30) ৰখা হৈছে?
  • ...যে বুৰঞ্জীপ্ৰসিদ্ধ ষ্টিলৱেল পথ টো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনা সকলক সাহাৰ্য্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তা স্বৰূপে নিৰ্মাণ কৰা হৈছিল?
  • ...যে স্বৰ্গদেউ গদাধৰ সিংহআহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিস্থা কৰিছিল?
  • ...যে কণী যুঁজত সাধাৰণতে পাতিহাঁহৰ কণী ব্যৱহাৰ কৰা হয়?
  • ...যে লক্ষ্মীনাথ বেজবৰুৱাবুঢ়ী আইৰ সাধু সংকলনখন নানা প্ৰৱন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰি লিখি উলিয়াইছিল?
  • ...যে যোৰহাট জিমখানা ক্লাবত অৱস্থিত নাইন হ'ল গ'ল্ফ ক'ৰ্ছ বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি গ'ল্ফ ক'ৰ্ছ?
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
অসমীয়া সমাজৰ পৰম্পৰাগত জলপান তথা পৰিৱেশন কৰাৰ শৈলী
অসমীয়া সমাজৰ পৰম্পৰাগত জলপান, পিঠা-পনা তথা গামোচা আৰু গুৱাপাণৰে সৈতে পৰিৱেশন কৰাৰ শৈলী
আলোকচিত্ৰ:নৱজ্যোতি

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

সহায়
  • নতুন সদস্যই একাউণ্ট খুলিবলৈ ইয়াত ক্লিক কৰক
  • ইতিমধ্যেই অসমীয়া ৱিকিপিডিয়াত একাউণ্ট থকাসকলে প্ৰৱেশ কৰিবলৈ ইয়াত ক্লিক কৰক।
  • যদি পৰীক্ষা-নিৰীক্ষা কৰি চাবলৈ বিচাৰিছে, তেন্তে ইয়াত ক্লিক কৰক।
  • ৱিকিপিডিয়াত লিখিবলৈ ইচ্ছুক? সহায়ৰ বাবে ইয়াত ক্লিক কৰক।
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐক্যমত · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ . অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা

ভাৰত

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ · ৱিকিপত্ৰিকা · অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা

অন্যান্য ৱিকি-প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):
Commons ৱিকিমিডিয়া কমন্স
অংশীদাৰী মিডিয়া ভঁৰাল
Wikiquote ৱিকিউদ্ধৃতি
উক্তিৰ সংগ্ৰহালয়
Wikiversity ৱিকিবিশ্ববিদ্যালয়
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম
Wikibooks ৱিকিগ্ৰন্থ
মুক্ত পাঠ্যপুথি আৰু হাতপুথি
Wikisource ৱিকিউৎস
মুক্ত উৎসৰ পুথিভঁৰাল
Wiktionary ৱিকিঅভিধান
অভিধান আৰু সমাৰ্থক শব্দকোষ
Wikinews ৱিকিসংবাদ
মুক্ত উৎসৰ বাতৰি
Wikispecies ৱিকিপ্ৰজাতি
জীৱপ্ৰজাতি নিৰ্দেশিকা
Meta-Wiki মেটাৱিকি
ৱিকিমিডিয়া প্ৰকল্প সমন্বয়
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.