реальная фото форча

হিটলাৰ ১৯৩৭ চনত
জাৰ্মানীৰ ফ্যুৰ'ৰ
(Führer of Germany)
কাৰ্যকাল
২ আগষ্ট ১৯৩৪  ৩০ এপ্ৰিল ১৯৪৫
পূৰ্বসূৰী প'ল ভন হিণ্ডেনবাৰ্গ
(ৰাষ্ট্ৰপতি হিচাপে)
উত্তৰসূৰী কাৰ্ল দনিটজ
(ৰাষ্ট্ৰপতি হিচাপে)
জাৰ্মানীৰ কুলাধিপতি
কাৰ্যকাল
৩০ জানুৱাৰী ১৯৩৩  ৩০ এপ্ৰিল ১৯৪৫
ৰাষ্ট্ৰপতি প'ল ভন হিণ্ডেনবাৰ্গ
সহকাৰী
  • Franz von Papen
  • Position vacant
পূৰ্বসূৰী কাৰ্ল ভন স্কেলিচাৰ
উত্তৰসূৰী জোচেফ গয়েব্বেটচ
Reichsstatthalter of Prussia
কাৰ্যকাল
৩০ জানুৱাৰী ১৯৩৩  ৩০ জানুৱাৰী ১৯৩৫
প্ৰধানমন্ত্ৰী
পূৰ্বসূৰী কাৰ্যালয় নিৰ্মাণ
উত্তৰসূৰী কাৰ্যালয় সমাপ্ত
ব্যক্তিগত তথ্য
জন্ম ২০ এপ্ৰিল, ১৮৮৯
ব্ৰাউনাউ আম ইন, অষ্ট্ৰিয়া-হাংগেৰী
মৃত্যু ৩০ এপ্ৰিল, ১৯৪৫ (৫৬ বছৰ)
বাৰ্লিন, নাজী জাৰ্মানী
মৃত্যুৰ কাৰণ আত্মহত্যা
ৰাষ্ট্ৰীয়তা
ৰাজনৈতিক দল নাজী পাৰ্টী (১৯২১–১৯৪৫)
আন ৰাজনৈতিক
সম্পৰ্ক
জাৰ্মান ৱৰ্কাৰ পাৰ্টী (১৯২০–১৯২১)
দাম্পত্যসঙ্গী ইভা ব্ৰাউন
(২৩–৩০ এপ্ৰিল ১৯৪৫)
পেচা ৰাজনীতিবিদ, সৈনিক, শিল্পী, লিখক
পুৰস্কাৰ
স্বাক্ষৰ
সামৰিক সেৱা
আনুগত্য  জাৰ্মানী
সেৱা/শাখা Reichsheer
চাকৰিৰ কাৰ্যকাল ১৯১৪–১৯১৮
ৰেঙ্ক গেফ্ৰেইটাৰ
ইউনিট 16th Bavarian Reserve Regiment
যুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ

এডল্ফ হিটলাৰ (ইংৰাজী: Adolf Hitler; ২০ এপ্ৰিল ১৮৮৯  – ৩০ এপ্ৰিল ১৯৪৫) মানৱ ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোক সকলৰ মাজৰ এজন, তৃতীয় ৰেইখৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ (National Socialist German Workers Party) নেতা আছিল। তেখেত আছিল দ্বিতীয় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদী গণহত্যাৰ কাৰক আছিল।

জন্ম আৰু ল'ৰালি

১৮৮৯ চনৰ ২০ এপ্ৰিলত অষ্ট্ৰিয়াৰ ব্ৰাউনাউ আম ইনত হিটলাৰৰ জন্ম হয়। অষ্ট্ৰিয়াৰে লিনজ চহৰত তেওঁ শিক্ষা লাভ কৰে। সৰুকালত তেওঁ এজন চিত্ৰকৰ হবলৈ ইচ্ছা কৰিছিল, কিন্তু সেই উদ্দেশ্যত সফলকাম হব পৰা নাছিল। এই সময়ছোৱাত তেওঁ জীৱনধাৰণৰ বাবে নানান সৰুসুৰা কাম কৰিছিল বুলি জনা যায়। তেওঁ অষ্ট্ৰিয়াত থাকিলেও নিজকে জাৰ্মান নাগৰিক বুলিহে গণ্য কৰিছিল, আৰু অ-জাৰ্মান সকলক ঘৃণা কৰা আৰম্ভ কৰিছিল। ১৯১৩ চনত হিটলাৰে জাৰ্মানীৰ হৈ প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰে। এই যুদ্ধত তেওঁ আঘাতপ্ৰাপ্তও হয়। যুদ্ধৰ পৰা ঘূৰি আহি হিটলাৰে এখন বিধ্বস্ত জাৰ্মানী দেখা পায়।

ৰাজনীতিত প্ৰৱেশ

১৯২০ চনত হিটলাৰে নাজী নামেৰে পৰিচিত জাৰ্মান শ্ৰমিক দলত যোগদান কৰে। নাজী সকলে পৃথিৱীৰ সকলো জাৰ্মানকে একেলগ হৈ এখন শক্তিশালী জাৰ্মানী গঢ়ি তুলিবলৈ আহ্বান জনায়। খুব কৌশলী বক্তা হোৱাৰ সুবাদত সোনকালেই হিটলাৰে নাজীৰ নেতৃত্ব লাভ কৰে আৰু ইয়াৰ সদস্যৰ সংখ্যা তীব্ৰগতিত বঢ়াবলৈ সক্ষম হয়। হিটলাৰে লাহে লাহে এক সৈন্যদলো তৈয়াৰ কৰে আৰু এই সৈন্যৰ সহায়ত বাভাৰিয়ান চৰকাৰক ওফোৰাই পেলাবলৈ চেষ্টা কৰে। যদিও এই প্ৰচেষ্টা বিফল হয় আৰু হিটলাৰক কাৰাৰুদ্ধ কৰা হয়। কাৰাগাৰত থকা অৱস্থাতে তেওঁ মেইন কাম্ফ বা মোৰ সংগ্ৰাম নামৰ কিতাপ এখন লিখি উলিয়াই; য’ত তেওঁ এক শক্তিশালী জাৰ্মানী গঢ়ি তোলাৰ অৰ্থে নিজৰ পৰিকল্পনা সমূহ ব্যক্ত কৰে। কাৰাগাৰৰ পৰা ওলাই তেওঁ পুনৰ নাজী দলটোক সাংগঠনিক ভাৱে শক্তিশালী কৰি তোলাৰ চেষ্টাত ব্ৰতী হয়।

"Madame Tussauds London" সংগ্ৰহালয়ত থকা হিটলাৰৰ ম’মৰ প্ৰতিমূৰ্ত্তি

ৰাজনৈতিক ক্ষমতালাভ

১৯৩০ চনত অৰ্থনৈতিক মন্দাৱস্থাই জাৰ্মানীক জুৰুলা কৰে আৰু এই সময়ছোৱাতে হিটলাৰৰ নাজী দল নিৰ্বাচনত জিকি ক্ষমতালৈ আহে। জাৰ্মানীৰ চাঞ্চেলৰ হোৱাৰ লগে লগে হিটলাৰে নিজৰ সাংবিধানিক ক্ষমতা বঢ়াই জাৰ্মানীৰ একচ্ছত্ৰী নেতা হিচাপে পৰিগণিত হয়, আৰু নিজকে ফুঁৱেৰাৰ বুলি পৰিচয় দিয়ে।

তৃতীয় ৰেইখ

হিটলাৰৰ চৰকাৰক তৃতীয় ৰেইক বুলি জনা গৈছিল, আৰু এই ৰেইখে ব্যক্তি স্বাধীনতাৰ পোষকতা নকৰিছিল। নাগৰিক সকলৰ জীৱনৰ সকলো দিশেই ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰিছিল। ফুঁৱেৰাৰ হিচাপে হিটলাৰে এজন নিকা আৰ্য্য জাৰ্মানী গঢ়ি তুলিবলৈ ইহুদী, নিগ্ৰো, জীপচী আৰু শাৰীৰিক আৰু মানসিক বিকাৰগ্ৰস্ত লোকসকলৰ পৰা পৃথীৱীখন মুক্ত কৰিব লাগিব বুলি জাৰ্মানীৰ জনগনক পতিয়ন নিয়াবলৈ সক্ষম হয়।

দ্বিত্বীয় বিশ্বযুদ্ধ

হিটলাৰে ১৯৩৯ চনত পোলেণ্ড আক্ৰমণ কৰাৰ ফলশ্ৰুতিতেই দ্বিত্বীয় বিশ্বযুদ্ধৰ সূত্ৰপাত হয়। মানৱ ইতিহাসৰ সবাটোতকৈ ঘাটক এই মহাসমৰত পৃথিৱীৰ প্ৰায় সকলো দেশেই জড়িত হৈ পৰে। ১৯৪৫ চন মিত্ৰশক্তিয়ে সন্মিলিত প্ৰচেষ্টাৰে হিটলাৰৰ অগ্ৰাসনৰ অন্ত পেলায়।

বৈবাহিক জীৱন

ৰাজহুৱা ভাৱে হিটলাৰে ঘোষণা কৰিছিল যে তেওঁ কোনো সম্বন্ধৰ বান্ধোনত নোসোমায়, আৰু নিজৰ জীৱন দেশৰ বাবে উছৰ্গা কৰিব। ১৯২৯ চনত তেওঁ ইভা ব্ৰাউন নামৰ এগৰাকী মহিলাক লগ পায় আৰু বহুদিন একেলগে কটোৱাৰ পিছত ১৯৪৫ চনত মৃত্যুৰ আগদিনা ইভাক বিবাহ কৰে। এই বংশৰ শেষ জীৱিত ব্যক্তি প’লা হিটলাৰৰ ১৯৬০ চনত মৃত্যু হয়।

মৃত্যু

দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানী আৰু ইয়াৰ মিত্ৰজোঁটৰ পৰাজয়ত হতাশ হৈ হিটলাৰে ১৯৪৫ চনৰ ৩০ এপ্ৰিলত ইভা ব্ৰাউনৰ সৈতে একেলগে আত্মহত্যা কৰে।

তথ্য সংগ্ৰহ

উৎস
  • Aigner, Dietrich (1985). "Hitler's ultimate aims – a programme of world dominion?". In Koch, H.W. Aspects of the Third Reich. প্ৰকাশক London: MacMillan. ISBN 978-0-312-05726-8. 
  • Bauer, Yehuda (2000). Rethinking the Holocaust. Yale University Press. পৃষ্ঠা. 5. ISBN 978-0-300-08256-2. 
  • Beevor, Antony (2002). Berlin: The Downfall 1945. প্ৰকাশক London: Viking-Penguin Books. ISBN 978-0-670-03041-5. 
  • Beevor, Antony; Attar, Rob (June 2012). "The World in Flames". BBC History Magazine খণ্ড 13 (6). 
  • Beloff, Max (1949). The Foreign Policy of Soviet Russia. II, I936–4I. Oxford University Press. OCLC 264346. 
  • Bendersky, Joseph W (2000). A History of Nazi Germany: 1919–1945. Rowman & Littlefield. ISBN 978-1-4422-1003-5. 
  • Bloch, Michael (1992). Ribbentrop. প্ৰকাশক New York: Crown Publishing. ISBN 978-0-517-59310-3. 
  • Bonney, Richard (2001). "The Nazi Master Plan, Annex 4: The Persecution of the Christian Churches". Rutgers Journal of Law and Religion. http://www.leics.gov.uk/the_nazi_master_plan.pdf আহৰণ কৰা হৈছে: 7 June 2011. 
  • Bullock, Alan (1962) [1952]. Hitler: A Study in Tyranny. প্ৰকাশক London: Penguin Books. ISBN 978-0-14-013564-0. 
  • Bullock, Alan (1999) [1952]. Hitler: A Study in Tyranny. প্ৰকাশক New York: Konecky & Konecky. ISBN 978-1-56852-036-0. 
  • Butler, Ewan; Young, Gordon (1989). The Life and Death of Hermann Göring. প্ৰকাশক Newton Abbot, Devon: David & Charles. ISBN 978-0-7153-9455-7. 
  • Carr, William (1972). Arms, Autarky and Aggression. প্ৰকাশক London: Edward Arnold. ISBN 978-0-7131-5668-3. 
  • Conway, John S. (1968). The Nazi Persecution of the Churches 1933–45. প্ৰকাশক London: Weidenfeld & Nicolson. ISBN 978-0-297-76315-4. 
  • Craig, Gordon (1983) [1949]. "The German Foreign Office from Neurath to Ribbentrop". In Craig, Gordon A.; Gilbert, Felix. Documents on German foreign Policy, 1918–1945, from the archives of the German Foreign Ministry. পৃষ্ঠা. 435–436. OCLC 21151259. 
  • Del Testa, David W; Lemoine, Florence; Strickland, John (2003). Government Leaders, Military Rulers, and Political Activists. Greenwood Publishing Group. পৃষ্ঠা. 83. ISBN 978-1-57356-153-2. 
  • Dietrich, Otto (2010). The Hitler I Knew: Memoirs of the Third Reich's Press Chief. প্ৰকাশক New York: Skyhorse. ISBN 978-1-60239-972-3. 
  • Dollinger, Hans (1995) [1965]. The Decline and Fall of Nazi Germany and Imperial Japan: A Pictorial History of the Final Days of World War II. প্ৰকাশক New York: Gramercy. ISBN 978-0-517-12399-7. 
  • Downing, David (2005). The Nazi Death Camps. World Almanac Library of the Holocaust. Gareth Stevens. ISBN 978-0-8368-5947-8. 
  • Evans, Richard J. (1989). In Hitler's Shadow : West German Historians and the Attempt to Escape from the Nazi Past. প্ৰকাশক New York: Pantheon. ISBN 978-0-394-57686-2. 
  • Evans, Richard J. (2003). The Coming of the Third Reich. Penguin Group. ISBN 978-0-14-303469-8. 
  • Fest, Joachim C. (1970). The Face of the Third Reich. প্ৰকাশক London: Weidenfeld & Nicolson. ISBN 978-0-297-17949-8. 
  • Fest, Joachim C. (1974) [1973]. Hitler. প্ৰকাশক London: Weidenfeld & Nicolson. ISBN 978-0-297-76755-8. 
  • Fest, Joachim C. (1977) [1973]. Hitler. প্ৰকাশক Harmondsworth: Penguin. ISBN 978-0-14-021983-8. 
  • Fischer, Klaus P. (1995). Nazi Germany: A New History. প্ৰকাশক London: Constable and Company. ISBN 978-0-09-474910-8. 
  • Fromm, Erich (1977) [1973]. The Anatomy of Human Destructiveness. প্ৰকাশক London: Penguin Books. ISBN 978-0-14-004258-0. 
  • Fulda, Bernhard (2009). Press and Politics in the Weimar Republic. Oxford University Press. ISBN 978-0-19-954778-4. 
  • Gellately, Robert (1996). "Reviewed work(s): Vom Generalplan Ost zum Generalsiedlungsplan by Czeslaw Madajczyk. Der "Generalplan Ost." Hauptlinien der nationalsozialistischen Planungs- und Vernichtungspolitik by Mechtild Rössler; Sabine Schleiermacher". Central European History খণ্ড 29 (2): 270–274. 
  • Goldhagen, Daniel (1996). Hitler's Willing Executioners: Ordinary Germans and the Holocaust. প্ৰকাশক New York: Knopf. ISBN 978-0-679-44695-8. 
  • Hakim, Joy (1995). War, Peace, and All That Jazz. A History of US. 9. প্ৰকাশক New York: Oxford University Press. ISBN 978-0-19-509514-2. 
  • Halperin, Samuel William (1965) [1946]. Germany Tried Democracy: A Political History of the Reich from 1918 to 1933. প্ৰকাশক New York: W.W. Norton. ISBN 978-0-393-00280-5. 
  • Hamann, Brigitte (1999). Hitler's Vienna: A Dictator's Apprenticeship. Trans. Thomas Thornton. প্ৰকাশক New York: Oxford University Press. ISBN 978-0-19-512537-5. 
  • Hamann, Brigitte (2010) [1999]. Hitler's Vienna: A Portrait of the Tyrant as a Young Man. Trans. Thomas Thornton. প্ৰকাশক London; New York: Tauris Parke Paperbacks. ISBN 978-1-84885-277-8. 
  • Hancock, Ian (2004). "Romanies and the Holocaust: A Reevaluation and an Overview". In Stone, Dan. The Historiography of the Holocaust. প্ৰকাশক New York; Basingstoke: Palgrave Macmillan. ISBN 978-0-333-99745-1. 
  • Hanfstaengl, Ernst (1994) [1957]. Hitler: The Missing Years. প্ৰকাশক New York: Arcade. ISBN 978-1-55970-272-0. 
  • Heck, Alfons (2001) [1985]. A Child of Hitler: Germany In The Days When God Wore A Swastika. প্ৰকাশক Phoenix, AZ: Renaissance House. ISBN 978-0-939650-44-6. 
  • Heston, Leonard L.; Heston, Renate (1980) [1979]. The Medical Casebook of Adolf Hitler: His Illnesses, Doctors, and Drugs. প্ৰকাশক New York: Stein and Day. ISBN 978-0-8128-2718-7. 
  • Hildebrand, Klaus (1973). The Foreign Policy of the Third Reich. প্ৰকাশক London: Batsford. ISBN 978-0-7134-1126-3. 
  • Hitler, Adolf (1999) [1925]. Mein Kampf. Trans. Ralph Manheim. প্ৰকাশক Boston: Houghton Mifflin. ISBN 978-0-395-92503-4. 
  • Hitler, Adolf (1973) [1941]. Roussy de Sales, Raoul de. ed. My New Order. প্ৰকাশক New York: Octagon Books. ISBN 978-0-374-93918-2. 
  • Hitler, Adolf (1942). Baynes, Norman H.. ed. The Speeches of Adolf Hitler, April 1922 – August 1939. প্ৰকাশক London: Oxford University Press. ISBN 978-0-86527-493-8. 
  • Hitler, Adolf; Trevor-Roper, Hugh (1988) [1953]. Hitler's Table-Talk, 1941–1945: Hitler's Conversations Recorded by Martin Bormann. প্ৰকাশক Oxford: Oxford University Press. ISBN 978-0-19-285180-2. 
  • Jamieson, Alastair (19 November 2008). "Nazi leader Hitler really did have only one ball". The Daily Telegraph. http://www.telegraph.co.uk/news/newstopics/howaboutthat/3481932/Nazi-leader-Hitler-really-did-have-only-one-ball.html আহৰণ কৰা হৈছে: 27 May 2011. 
  • Jetzinger, Franz (1976) [1956]. Hitler's Youth. প্ৰকাশক Westport, Conn: Greenwood Press. ISBN 978-0-8371-8617-7. 
  • Joachimsthaler, Anton (1999) [1995]. The Last Days of Hitler: The Legends, the Evidence, the Truth. Trans. Helmut Bögler. প্ৰকাশক London: Brockhampton Press. ISBN 978-1-86019-902-8. 
  • Kee, Robert (1988). Munich: The Eleventh Hour. প্ৰকাশক London: Hamish Hamilton. ISBN 978-0-241-12537-3. 
  • Keegan, John (1987). The Mask of Command: A Study of Generalship. প্ৰকাশক London: Pimlico. ISBN 978-0-7126-6526-1. 
  • Keller, Gustav (2010) (German ভাষাত). Der Schüler Adolf Hitler: die Geschichte eines lebenslangen Amoklaufs [The Student Adolf Hitler: The Story of a Lifelong Rampage]. প্ৰকাশক Münster: LIT. ISBN 978-3-643-10948-4. 
  • Kellogg, Michael (2005). The Russian Roots of Nazism White Émigrés and the Making of National Socialism, 1917–1945. Cambridge University Press. ISBN 978-0-521-84512-0. 
  • Kershaw, Ian (1999) [1998]. Hitler: 1889–1936: Hubris. প্ৰকাশক New York: W. W. Norton & Company. ISBN 978-0-393-04671-7. 
  • Kershaw, Ian (2000a) [1985]. The Nazi Dictatorship: Problems and Perspectives of Interpretation (4th সম্পাদনা). প্ৰকাশক London: Arnold. ISBN 978-0-340-76028-4. 
  • Kershaw, Ian (2000b). Hitler, 1936–1945: Nemesis. প্ৰকাশক New York; London: W. W. Norton & Company. ISBN 978-0-393-32252-1. 
  • Kershaw, Ian (2008). Hitler: A Biography. প্ৰকাশক New York: W. W. Norton & Company. ISBN 978-0-393-06757-6. 
  • Kolb, Eberhard (2005) [1984]. The Weimar Republic. প্ৰকাশক London; New York: Routledge. ISBN 978-0-415-34441-8. 
  • Kolb, Eberhard (1988) [1984]. The Weimar Republic. প্ৰকাশক New York: Routledge. ISBN 978-0-415-09077-3. 
  • Kressel, Neil J. (2002). Mass Hate: The Global Rise Of Genocide And Terror. প্ৰকাশক Boulder: Basic Books. ISBN 978-0-8133-3951-1. 
  • Kubizek, August (2006) [1953]. The Young Hitler I Knew. প্ৰকাশক St. Paul, MN: MBI. ISBN 978-1-85367-694-9. 
  • Kurowski, Franz (2005). The Brandenburger Commandos: Germany's Elite Warrior Spies in World War II. Stackpole Military History series. প্ৰকাশক Mechanicsburg, PA: Stackpole Books. ISBN 978-0-8117-3250-5. 
  • Langer, Walter C. (1972) [1943]. The Mind of Adolf Hitler: The Secret Wartime Report. প্ৰকাশক New York: Basic Books. ISBN 978-0-465-04620-1. 
  • Larson, Erik (2011). In the Garden of Beasts: Love, Terror, and an American Family in Hitler's Berlin. প্ৰকাশক New York, NY: Random House/Crown Publishing Group. ISBN 978-0-307-40884-6. 
  • Lichtheim, George (1974). Europe In The Twentieth Century. প্ৰকাশক London: Sphere Books. ISBN 978-0-351-17192-5. 
  • Linge, Heinz (2009) [1980]. With Hitler to the End: The Memoirs of Adolf Hitler's Valet. Intro. Roger Moorhouse. প্ৰকাশক New York: Skyhorse Publishing. ISBN 978-1-60239-804-7. 
  • Lipstadt, Deborah E. (2011). The Eichmann Trial. প্ৰকাশক New York: Random House. ISBN 978-0-8052-4260-7. 
  • Maiolo, Joseph (1998). The Royal Navy and Nazi Germany 1933–39: Appeasement and the Origins of the Second World War. প্ৰকাশক London: Macmillan Press. ISBN 978-0-333-72007-3. 
  • Manvell, Roger; Fraenkel, Heinrich (2007) [1965]. Heinrich Himmler: The Sinister Life of the Head of the SS and Gestapo. প্ৰকাশক London; New York: Greenhill; Skyhorse. ISBN 978-1-60239-178-9. 
  • Maser, Werner (1973). Hitler: Legend, Myth, Reality. প্ৰকাশক London: Allen Lane. ISBN 978-0-7139-0473-4. 
  • Marrus, Michael (2000). The Holocaust in History. প্ৰকাশক Toronto: Key Porter. ISBN 978-0-299-23404-1. 
  • McNab, Chris (2009). The Third Reich. Amber Books Ltd. ISBN 978-1-906626-51-8. 
  • Megargee, Geoffrey P. (2007). War of Annihilation: Combat and Genocide on the Eastern Front, 1941. প্ৰকাশক Lanham, Md: Rowman & Littlefield. ISBN 978-0-7425-4482-6. 
  • Messerschmidt, Manfred (1990). "Foreign Policy and Preparation for War". In Deist, Wilhelm. Germany and the Second World War. 1. প্ৰকাশক Oxford: Clarendon Press. ISBN 978-0-19-822866-0. 
  • Mitcham, Samuel W. (1996). Why Hitler?: The Genesis of the Nazi Reich. প্ৰকাশক Westport, Conn: Praeger. ISBN 978-0-275-95485-7. 
  • Murray, Williamson (1984). The Change in the European Balance of Power. প্ৰকাশক Princeton: Princeton University Press. ISBN 978-0-691-05413-1. 
  • Naimark, Norman M. (2002). Fires of Hatred: Ethnic Cleansing in Twentieth-Century Europe. Harvard University Press. ISBN 978-0-674-00994-3. 
  • Niewyk, Donald L.; Nicosia, Francis R. (2000). The Columbia Guide to the Holocaust. প্ৰকাশক New York: Columbia University Press. ISBN 978-0-231-11200-0. 
  • O'Donnell, James P. (2001) [1978]. The Bunker. প্ৰকাশক New York: Da Capo Press. ISBN 978-0-306-80958-3. 
  • Overy, Richard; Wheatcroft, Andrew (1989). The Road To War. প্ৰকাশক London: Macmillan. ISBN 978-0-14-028530-7. 
  • Overy, Richard (1999). "Germany and the Munich Crisis: A Mutilated Victory?". In Lukes, Igor; Goldstein, Erik. The Munich Crisis, 1938: Prelude to World War II. প্ৰকাশক London; Portland, OR: Frank Cass. OCLC 40862187. 
  • Overy, Richard (1999). "Economy Germany, 'Domestic Crisis' and War in 1939". In Leitz, Christian. The Third Reich: The Essential Readings. প্ৰকাশক Oxford: Blackwell. ISBN 978-0-631-20699-6. 
  • Overy, Richard (1999). "Misjudging Hitler". In Martel, Gordon. The Origins of the Second World War Reconsidered. প্ৰকাশক London: Routledge. পৃষ্ঠা. 93–115. ISBN 978-0-415-16324-8. 
  • Overy, Richard (2005). The Dictators: Hitler's Germany, Stalin's Russia. Penguin Books. ISBN 978-0-393-02030-4. 
  • Payne, Robert (1990) [1973]. The Life and Death of Adolf Hitler. প্ৰকাশক New York, New York: Hippocrene Books. ISBN 978-0-88029-402-7. 
  • Payne, Stanley G. (2008). Franco and Hitler: Spain, Germany, and World War II. প্ৰকাশক New Haven: Yale University Press. ISBN 978-0-300-12282-4. 
  • Plating, John D. (2011). The Hump: America's Strategy for Keeping China in World War II. Williams-Ford Texas A&M University military history series, no. 134. প্ৰকাশক College Station: Texas A&M University Press. ISBN 978-1-60344-238-1. 
  • Redlich, Fritz R. (September 2000). Hitler: Diagnosis of a Destructive Prophet. Oxford University Press. ISBN 978-0-19-513631-9. 
  • Rees, Laurence (1997). The Nazis: A Warning From History. প্ৰকাশক New York: New Press. ISBN 978-0-563-38704-6. 
  • Rißmann, Michael (2001) (German ভাষাত). Hitlers Gott. Vorsehungsglaube und Sendungsbewußtsein des deutschen Diktators. প্ৰকাশক Zürich München: Pendo. ISBN 978-3-85842-421-1. 
  • Roberts, J. M. (1996). A History of Europe. প্ৰকাশক Oxford: Helicon. ISBN 978-1-85986-178-3. 
  • Roberts, Martin (1975). The New Barbarism – A Portrait of Europe 1900–1973. Oxford University Press. ISBN 978-0-19-913225-6. 
  • Robertson, Esmonde M. (1963). Hitler's Pre-War Policy and Military Plans: 1933–1939. প্ৰকাশক London: Longmans. OCLC 300011871. 
  • Robertson, E. M. (1985). "Hitler Planning for War and the Response of the Great Powers". In H.W, Koch. Aspects of the Third Reich. প্ৰকাশক London: Macmillan. ISBN 978-0-312-05726-8. 
  • Rosenbaum, Ron (1999). Explaining Hitler: The Search for the Origins of His Evil. Harper Perennial. ISBN 978-0-06-095339-3. 
  • Rosmus, Anna Elisabeth (2004). Out of Passau: Leaving a City Hitler Called Home. প্ৰকাশক Columbia, S.C: University of South Carolina Press. ISBN 978-1-57003-508-1. 
  • Rothwell, Victor (2001). The Origins of the Second World War. প্ৰকাশক Manchester: Manchester University Press. ISBN 978-0-7190-5957-5. 
  • Rummel, Rudolph (1994). Death by Government. প্ৰকাশক New Brunswick, NJ: Transaction. ISBN 978-1-56000-145-4. 
  • Ryschka, Birgit (29 September 2008). Constructing and Deconstructing National Identity: Dramatic Discourse in Tom Murphy's the Patriot Game and Felix Mitterer's in Der Löwengrube. Peter Lang. ISBN 978-3-631-58111-7. 
  • Shirer, William L. (1960). The Rise and Fall of the Third Reich. প্ৰকাশক New York: Simon & Schuster. ISBN 978-0-671-62420-0. 
  • Snyder, Timothy (2010). Bloodlands: Europe Between Hitler and Stalin. প্ৰকাশক New York: Basic Books. ISBN 978-0-465-00239-9. 
  • Speer, Albert (1971) [1969]. Inside the Third Reich. প্ৰকাশক New York: Avon. ISBN 978-0-380-00071-5. 
  • Spiro, Jonathan Peter (2008). Defending the Master Race: Conservation, Eugenics, and the Legacy of Madison Grant. প্ৰকাশক Lebanon, NH: University Press of Vermont. ISBN 978-1-58465-715-6. 
  • Stackelberg, Roderick (2007). The Routledge Companion to Nazi Germany. প্ৰকাশক New Yor: Routledge. ISBN 978-0-415-30860-1. 
  • Steigmann-Gall, Richard (2003). The Holy Reich: Nazi Conceptions of Christianity, 1919–1945. প্ৰকাশক Cambridge; New York: Cambridge University Press. doi:10.2277/978-0-521-82371-5. ISBN 978-0-521-82371-5. 
  • Steinberg, Jonathan (June 1995). "The Third Reich Reflected: German Civil Administration in the Occupied Soviet Union, 1941-4". The English Historical Review খণ্ড 110 (437): 620–651. OCLC 83655937. 
  • Steiner, John Michael (1976). Power Politics and Social Change in National Socialist Germany: A Process of Escalation into Mass Destruction. প্ৰকাশক The Hague: Mouton. ISBN 978-90-279-7651-2. 
  • Tames, Richard (2008). Dictatorship. প্ৰকাশক Chicago: Heinemann Library. ISBN 978-1-4329-0234-6. 
  • Le Tissier, Tony (2010) [1999]. Race for the Reichstag. Pen & Sword. ISBN 978-1-84884-230-4. 
  • Toland, John (1977) [1976]. Adolf Hitler: The Definitive Biography. প্ৰকাশক London: Book Club Associates. 
  • Toland, John (1992) [1976]. Adolf Hitler: The Definitive Biography. Doubleday. ISBN 978-0-385-42053-2. 
  • Trevor-Roper, Hugh (1987) [1947]. The Last Days of Hitler. প্ৰকাশক Chicago: University of Chicago Press. ISBN 978-0-226-81224-3. 
  • Vinogradov, V. K. (2005). Hitler's Death: Russia's Last Great Secret from the Files of the KGB. Chaucer Press. ISBN 978-1-904449-13-3. 
  • Weber, Thomas (2010). Hitler's First War: Adolf Hitler, The Men of the List Regiment, and the First World War. প্ৰকাশক Oxford; New York: Oxford University Press. ISBN 978-0-19-923320-5. 
  • Weinberg, Gerhard (December 1955). "Hitler's Private Testament of 2 May 1938". The Journal of Modern History খণ্ড 27 (4): 415–419. doi:10.1086/237831. OCLC 482752575. 
  • Weinberg, Gerhard (1970). The Foreign Policy of Hitler's Germany Diplomatic Revolution in Europe 1933–1936. প্ৰকাশক Chicago, Illinois: University of Chicago Press. ISBN 978-0-226-88509-4. 
  • Weinberg, Gerhard (1980). The Foreign Policy of Hitler's Germany Starting World War II. প্ৰকাশক Chicago, Illinois: University of Chicago Press. ISBN 978-0-226-88511-7. 
  • Weinberg, Gerhard; Topitsch, Ernst; Taylor, A.; Taylor, B. (June 1989). "Review of Stalin's War: A Radical New Theory of the Origins of the Second World War by Ernst Topitsch". The American Historical Review খণ্ড 94 (3): 800–801. doi:10.2307/1873876. OCLC 486363416. 
  • Weinberg, Gerhard (1995). "Hitler and England, 1933–1945: Pretense and Reality". Germany, Hitler, and World War II: Essays in Modern German and World History. প্ৰকাশক Cambridge: Cambridge University Press. ISBN 978-0-521-47407-8. 
  • Welch, David (2001). Hitler: Profile of a Dictator. Routledge. ISBN 978-0-415-25075-7. 
  • Wheeler-Bennett, John (1967). The Nemesis of Power. প্ৰকাশক London: Macmillan. ISBN 978-1-4039-1812-3. 
  • Winkler (2007). Germany: The Long Road West. Vol. 2, 1933–1990. Sager, Alexander (trans.). প্ৰকাশক New York: Oxford University Press. ISBN 978-0-19-926598-5. 

Online

বাহ্যিক সংযোগ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.